Babu Assam

Babu Assam Babu Assam

18/12/2022

যি সকল পৰিয়ালে চৰকাৰী ভুমিত ( ৰিজাৰ্ভ মাটিত) বসবাস কৰি আছে উক্ত ভুমি নিজ নামত নামাকৰ কৰিবলৈ মিছন বসুন্ধৰাৰ২. ০অধীনত আবেদন কৰিব পাৰে

মিছন বসুন্ধৰা ২.০ প্রয়োজনীয় নথি প্রত্র সমুহ

১ খাজানা ৰছিদ
২ পিতৃ বা স্বামীৰ লিগেচি ১৯৫১ চনৰ
৩ ১৯৬৬ চনৰ ভোটাৰ চার্টিফাইড কপি
৪ ১৯৭০ চনৰ ভোটাৰ চার্টিফাইড কপি
৫ ভুমিহিন প্ৰমাণ প্রত্র
৬ স্কুল চার্টিফাইড
৭ পুৰণি বা নতুন ৰেছন কার্ড
৮ আধাৰ কার্ড
৯ পান কার্ড
১০ আধাৰ কাৰ্ডত থকা জড়িত থকা মবাইল নাম্বৰ
১১ গাওঁবুঢ়াৰ প্ৰমাণ প্রত্র
১২ মডেল এফিডেফিট (Court Aifidavit )
১৩ হেল্ডিং ট্যাকৰ প্ৰমাণ প্রত্র টাউনৰ বাসিন্দাৰ বাবে
১৪ বে-দখলি জৰিমনাৰ প্ৰমাণ প্রত্র

11/11/2022
ভাল লাগিছে নে
11/11/2022

ভাল লাগিছে নে

22/08/2022

ঘৰ ঘৰ তিৰংগা

Address

Hojai Assam
Hojai

Website

Alerts

Be the first to know and let us send you an email when Babu Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Babu Assam:

Share

Category