04/11/2026
🎂💜 এটি মৰমলগা সপোনৰ ৰঙীন ৰূপ – Cake Delight! 🧚♀️🦋
এটি মৰমলগা ৪ বছৰীয়া কণমানি পুকুৰ বাবে প্ৰস্তুত কৰা এই ধুনীয়া Fairy Theme Cake টো সম্পূৰ্ণৰূপে কাষ্টমাইজ কৰা হৈছে গ্ৰাহকৰ পছন্দ অনুসৰি। ক্লায়েণ্টে যেনেদৰে বিচাৰিছিল, ঠিক তেনেদৰেই কেকটো প্ৰস্তুত কৰিবলৈ আমি চেষ্টা কৰিছোঁ। ৰংবোৰ অলপ উজ্জ্বল আছিল যদিও মই ভাবিলোঁ যে অত্যধিক ব্ৰাইট কালাৰে কেকটোৰ সোৱাদ অলপ কমাই দিব পাৰে। সেইবাবে ৰংবোৰৰ মাজত অলপ কোমলতা আৰু মিঠা ভাব ৰাখিবলৈ চেষ্টা কৰিছোঁ।
Customer Satisfaction is Our Main Priority! ❤️
আমাৰ বাবে কেৱল এটা কেক প্ৰস্তুত কৰাই শেষ কথা নহয়, গ্ৰাহকৰ মনৰ ইচ্ছা আৰু সন্তুষ্টিক বাস্তৱ ৰূপ দিয়াটোহে আটাইতকৈ ডাঙৰ কথা। সেইবাবেই প্ৰতিটো সৰু-সৰু বিৱৰণত আমি যথাসাধ্য মনোযোগ দিওঁ। অনলাইনত উপলব্ধ ডিজাইনৰ সৈতেও মিল ৰাখিবলৈ যিমান পাৰোঁ চেষ্টা কৰিছোঁ।
আপোনালোকেও জনাবচোন, কেকটো কেনেকুৱা হৈছে? আপোনালোকৰ মৰম, মতামত আৰু পৰামৰ্শই আমাক সদায় আৰু ভাল কাম কৰিবলৈ উৎসাহিত কৰে।
📍 Royal Aawas Jorhat
Block C1 Flat No 702
📞8402016266
💕 Cake Delight – We Deliver Happiness! 💕