21/12/2020
ৰাইজৰ আশীষ আৰু মৰমৰ বাবে বৰলুইতে সফলতাৰে সাত বছৰ অতিক্ৰম কৰিলে।
অহা ইং ২২ ডিচেম্বৰ "বৰলুইতৰ " স্থাপিত দিৱস।সেয়েহে সমূহ শুভাকাংশী লগতে আমাৰ প্রিয় গ্ৰাহক সকললৈ বৰলুইতৰ সফলতাৰ এই সন্ধিক্ষণত আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছো লগতে আশীৰ্বাদ বিচাৰি ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ।