09/06/2025
নমস্কাৰ 🙏
আশা কৰোঁ সকলো ভালে আছে
আপোনালোকক জনাবলৈ পাই দুঃখিত যে পৰিকল্পনা কৰা Asin Ayang ধাবা কিছু ব্যক্তিগত কাৰণত আজি ৪মাহ পূৰ্বে বন্ধ কৰা হৈছে অৰ্থাৎ স্থানান্তৰ কৰা চিন্তা চৰ্চা চলি আছে । মিচিং জনগোষ্ঠীয় খাদ্যৰে পৰিকল্পনা কৰা Asin Ayang ৰাইজৰ কাষত অতি সোনকালে চহৰৰ মাজত উপলব্ধ হব । যদি কোনো লোকে নামৰ ব্যৱহাৰে প্ৰতিষ্ঠান চলাইছে তাত মোৰ কোনো জঢ়িত নাই আৰু থলুৱা মিছিং জনগোষ্ঠীয় খাদ্যৰ পৰিকল্পনাৰ সম্পূৰ্ণ বিপৰীত বুলি আপোনালোকক জনালোঁ ধন্যবাদ ।।