MOU PIYA

MOU PIYA Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from MOU PIYA, Restaurant, Gohpur.

08/09/2025
03/10/2024

সকলোকে নমস্কাৰ জ্ঞাপন কৰিছোঁ, এইখনেই হৈছে আমাৰ নতুনকৈ সজাই তোলা ৰেস্তোৰেন্ট মৌ-পিয়া, আপোনালোকে হয়তো গম পাইছে যোৱা ১৮ তাৰিখে আমাৰ opening হৈছিলে,এটা সৰু সপোন finally বাস্তৱ হ'ল আৰু এই ১০ দিনত যি সকল লোকে Instragram ফটো বা ভিডিঅ' যোগেদি অৱগত হৈছে সকলো আহিছে , ধন্যবাদ আপোনালোকক এইদৰে আমাৰ সপোনৰ হেঁপাহৰ মৌ-পিয়া খনলৈ আহি আমাক মৰম আৰু আশীর্বাদ কৰাৰ বাবে আৰু দুজন অসমীয়া ল'ৰাৰ সপোনৰ মৌ-পিয়া খনত আপোনালোক অসমৰ বিভিন্ন ঠাইৰ পৰা বিহপুৰীয়ালৈ আহিলে মৌ-পিয়া খনত এবাৰ সোমাই যাবচোন,খুব আশাবাদী আৰু বহুত সাহস লৈ সপোন এটা বাস্তৱ কৰিলোঁ, Luminous school খন আৰু কৃষ্ণচূড়া জোপাৰ কাষতে আছে মৌ-পিয়া খন, আপোনালোকৰ পৰা অকণমান মৰম আৰু আশীৰ্বাদৰ আশাৰে♥️

Address

Gohpur

Website

Alerts

Be the first to know and let us send you an email when MOU PIYA posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category