Scroll NE

Scroll NE Scroll NE is a bold news and podcast platform spotlighting Northeast India Scroll NE is a bold news and podcast platform spotlighting Northeast India.

From breaking headlines to powerful stories, we bring the region’s voice to the world — sharp, honest, and engaging

22/02/2026

📌'প্ৰিয়ংকা গান্ধীয়ে ভোটৰ কাৰণে জুবিনক্ষেত্ৰত গৈছে'
📌'শ্বহীদ স্মাৰকক্ষেত্ৰত কিয় নগ'ল'?
📌'ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত কিয় নগ'ল'?- মুখ্যমন্ত্ৰী

20/02/2026

📌কংগ্ৰেছক লৈ অসন্তুষ্ট অখিল গগৈ
📌শুনক কি ক'লে অখিল গগৈয়ে?

20/02/2026

📌'MLA খেলিব ভূপেন বৰাই। দুই-এদিনতে ঠিক হ'ব সমষ্টি'- মুখ্যমন্ত্ৰী

20/02/2026

📌'BJPৰ সকলো বিধায়কে নাপায় বিধানসভা নিৰ্বাচনৰ টিকট'
📌মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা

📌কংগ্ৰেছক লৈ অসন্তুষ্ট অখিল গগৈ📌ৰাইজৰ দলে দাবী কৰা ১৫ টা সমষ্টি কংগ্ৰেছে এৰি দিব বিচৰা নাই📌কেৱল মাত্ৰ ৪ টা সমষ্টিহে ৰাইজ...
20/02/2026

📌কংগ্ৰেছক লৈ অসন্তুষ্ট অখিল গগৈ
📌ৰাইজৰ দলে দাবী কৰা ১৫ টা সমষ্টি কংগ্ৰেছে এৰি দিব বিচৰা নাই
📌কেৱল মাত্ৰ ৪ টা সমষ্টিহে ৰাইজৰ দলক এৰি দিছে কংগ্ৰেছে
📌মিত্ৰতাৰ বাবে কংগ্ৰেছলৈ শেষৰখন চিঠি লিখিব ৰাইজৰ দলে

20/02/2026

📌'ৰাজনীতি কাৰোবাৰ ইগ’ পূৰণৰ আহিলা হ’ব নোৱাৰে’- AJPৰ সভাপতি লুৰীণজ্যোতি গগৈ

📌'অসমক বানমুক্ত কৰাৰ লক্ষ্য BJP চৰকাৰৰ'📌'১৫ লাখ কোটি টকা অসমৰ উন্নয়নৰ বাবে দিছে মোদী চৰকাৰে'📌শিলচৰত উপস্থিত হৈ এই মন্তব্...
20/02/2026

📌'অসমক বানমুক্ত কৰাৰ লক্ষ্য BJP চৰকাৰৰ'
📌'১৫ লাখ কোটি টকা অসমৰ উন্নয়নৰ বাবে দিছে মোদী চৰকাৰে'
📌শিলচৰত উপস্থিত হৈ এই মন্তব্য অমিত শ্বাহৰ

20/02/2026

📌কৰ্মচাৰীৰ হাত বান্ধি মূৰত পিষ্টল থৈ ডকাইতে লুটি নিলে কোটি টকাৰ অলংকাৰ
📌বৰপেটাৰোডৰ ছেনকো প্ৰতিষ্ঠানত ডকাইতি কাণ্ড
📌৫ জনীয়া ডকাইতৰ দলে চলালে লুটপাত

📌মোদীৰ অসম ভ্ৰমণৰ পিছতহে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিব BJPয়ে📌১৪ মাৰ্চৰ পাছতহে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা দিব বিজেপিয়ে      ...
20/02/2026

📌মোদীৰ অসম ভ্ৰমণৰ পিছতহে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিব BJPয়ে
📌১৪ মাৰ্চৰ পাছতহে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা দিব বিজেপিয়ে

20/02/2026

📌পুৱাই জুবিনক্ষেত্ৰত উপস্থিত প্ৰিয়ংকা গান্ধী
📌জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আবেগিক কংগ্ৰেছ নেত্ৰীগৰাকী

20/02/2026

📌এতিয়ালৈকে কিমান বিদেশী খেদিলে BJPয়ে?
📌অসমৰ ৪০ লাখ বিদেশী খেদিবলৈ কিমান বছৰ লাগিব BJPক?
📌বিধানসভা অধিৱেশনত বিধায়ক অখিল গগৈয়ে দিলে হিচাপ

📍ৰাজধানী এক্সপ্ৰেছত সাধাৰণ যাত্ৰীৰ দৰে যাত্ৰা কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই📍নিশা উজনিৰ পৰা নামনিলৈ যাত্ৰা কৰিলে ৰে'লৰ ...
20/02/2026

📍ৰাজধানী এক্সপ্ৰেছত সাধাৰণ যাত্ৰীৰ দৰে যাত্ৰা কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই
📍নিশা উজনিৰ পৰা নামনিলৈ যাত্ৰা কৰিলে ৰে'লৰ জৰিয়তে

Address

Guwahati
781006

Telephone

+917638086918

Website

Alerts

Be the first to know and let us send you an email when Scroll NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share