Bon Appétit

Bon Appétit Perfect destination for your meal with luxurious seating.

২০২১ চনৰ শেষৰ ফালে আন এশটা সপোনৰ মাজতে আমি আৰু এটা বিশেষ সপোন দেখিছিলো; এখন ৰেষ্টুৰেন্টৰ। আমাৰ এখন ৰেষ্টুৰেন্ট হ'ব। নিজা...
03/02/2023

২০২১ চনৰ শেষৰ ফালে আন এশটা সপোনৰ মাজতে আমি আৰু এটা বিশেষ সপোন দেখিছিলো; এখন ৰেষ্টুৰেন্টৰ। আমাৰ এখন ৰেষ্টুৰেন্ট হ'ব। নিজাকৈ! আজৰি সময়ত আমি তাতে গৈ সময় পাৰ কৰিব পাৰিম অথবা নিজৰ ইচ্ছা মতে যি মন তাকে খাব পাৰিম। সপোনটো মনৰ মাজতে লহ-পহকৈ বাঢ়িল আৰু ২০২২ৰ ৪ ফ্ৰেব্ৰুৱাৰী তাৰিখে সপোনটো সাকাৰ হ'ল আৰু আমাৰ সন্তানৰূপী এই সপোনটোৰ আমি নাম থলো, "Bon Appétit"

আজি ৪ ফেব্ৰুৱাৰী, ২০২৩, আমাৰ সন্তান Bon Appétitৰ আজি প্ৰথম ওপজা দিন বা প্ৰথম বৰ্ষপুৰ্তীৰ দিন। যোৱা এটা বছৰে কৰা অনেক কষ্ট, ত্যাগৰ বিনিময়ত ৰেষ্টুৰেন্টখন জী উঠিছে। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ আমাৰ বাবে মহৌষধ হ'ব।

এই বিশেষ দিনটোত আমাৰ Bon Appétit পৰিয়ালটোৱে সকলোকে সামাজিক মাধ্যমৰ যোগেদিয়েই স্বাগতম জনাইছো।

আহিব এবাৰ!
পাঠশালা চহৰৰ বজালী কলেজ বা ভট্ৰদেৱ বিশ্ববিদ্যালয়ৰ নিচেই কাষতে থকা আমাৰ আপোন Bon Appétit লৈ ❤️❤️

Refresh yourself with a cup of Coffee at Bon Appétit ✨
02/11/2022

Refresh yourself with a cup of Coffee at Bon Appétit ✨

Good food, Good mood ✨
02/11/2022

Good food, Good mood ✨

Enjoy your meal 🙏🏻
10/05/2022

Enjoy your meal 🙏🏻

Shanghai Chicken
02/05/2022

Shanghai Chicken

Savour the taste of Keshar Lassi this summer🤍
21/04/2022

Savour the taste of Keshar Lassi this summer🤍

Bon Appétit's__Chicken Pokora_Savour the taste ❤️
10/04/2022

Bon Appétit's
_
_Chicken Pokora_
Savour the taste ❤️

_Bon Appétit's__Drums of Heaven'
09/04/2022

_Bon Appétit's
_
_Drums of Heaven'

Bon Appétit's Chicken Biryani 😋
09/04/2022

Bon Appétit's Chicken Biryani 😋

What's better than a cup of coffee with the (view) beauty of Pathsala from our balcony - Bon Appétit 🤍
13/03/2022

What's better than a cup of coffee with the (view) beauty of Pathsala from our balcony - Bon Appétit 🤍

We are available on Doofies now!Enjoy your food at your doorstep.
27/02/2022

We are available on Doofies now!
Enjoy your food at your doorstep.

Address

College Road
Pathsala
781325

Opening Hours

Monday 9am - 8pm
Tuesday 9am - 8pm
Wednesday 9am - 8pm
Thursday 9am - 8pm
Friday 9am - 8pm
Saturday 9am - 8pm
Sunday 9am - 9pm

Telephone

+919387230210

Website

Alerts

Be the first to know and let us send you an email when Bon Appétit posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Bon Appétit:

Share

Category