30/12/2022
অসপুৰ্ণ সম্বন্ধবোৰৰ মাজত থাকি যোৱা আধৰুৱা শব্দৰ অনুভুতি বোৰ যেতিয়া আকৌ জিপাল হয় তেতিয়া সেই পোৱা নোপোৱা অনুভৱবোৰে আকৌ ভুমুকি মাৰে তাহানিলে।
"A Closed Chapter" পোৱা নোপোৱাৰ আশাত বিলীন হোৱা এটা কাহিনীৰে আজি সন্ধিয়া https://youtube.com/
এই channel ত মুকলি পাব এখন চুটি ছবি।
Need your support and blessings